Search

North-East India First Water Floating Solar Plant in Morigaon Assam

North- East Fast water floating solar system project in Morigaon , Thanagorha, Bhurbondha
মৰিগাঁওত উত্তৰ-পূৱৰ প্ৰথমটো পানীৰ ওপৰত ওপঙি থকা solar Project । 14 বিঘা মাটিত খনা এটা পুখুৰীৰ ওপৰত এজন মানুহৰ ঘৰত স্থাপন কৰা হৈছে এই Plant টো। মুঠ 12,50,000 টকাৰে নিৰ্মাণ কৰা এই Project টো 10.5kw বিদ্যুত উৎপন্ন হয় যাৰ পৰা বতমান 20 ঘৰ মানুহক বিজুলী শক্তি যোগান ধৰা গৈছে।
বিদ্যুতৰ সমস্যা দূৰ কৰিবলৈ এনেকুৱা Plant অসমৰ বিভিন্ন ঠাইত প্ৰয়োজন। 
 Location Of this Place In Google Map
26.321982, 92.342934




Related Posts

North-East India First Water Floating Solar Plant in Morigaon Assam
4/ 5
Oleh

Subscribe via email

Like the post above? Please subscribe to the latest posts directly via email.