Search

Murchana Gayen মুৰ্চনা গায়ন

গুৱাহাটী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ প্ৰাণীবিজ্ঞান বিভাগৰ ষষ্ঠ সান্মাখিকৰ ছাত্ৰী মুৰ্চনা গায়ন যোৱা ১০দিন ধৰি liver desease ত ভুগী গুৰগাৱৰ এখন হস্পিতালত ভৰ্ত্তী হৈ আছিল , আৰু আজি আমাক ডাক্তৰে জানিবলৈ দিয়া মতে তেখেতৰ liver ৰ প্ৰায় ৮০ শতাংশই নষ্ট হৈ গৈছে আৰু Liver transplant কৰিবৰ বাবে ৩৫ ৰ পৰা ৪০ লাখ টকাৰ প্ৰয়োজন | 
তেখেতৰ দেউতাক এজন অৱসৰ প্ৰাপ্ত ব্যক্তি আৰু মাক Housewife , যিহেতু তেখেত সকলৰ অৰ্থৰ অভাৱ আৰু তেখেতসকলে ইমানখিনি পইচাৰ যোগাৰ কৰিবলৈ সক্ষম নহয় , সেয়েহে সকলো বন্ধু বান্ধৱীক অনুৰোধ জনাইছোঁ যাতে জোনে যেনেকে পাৰে অকনমান সহায়ৰ হাত আগবঢ়াই যেন ,
আশাকৰো আপোনালোকৰ অকনমান সহায়ৰ বিনিময়ত আমি আমাৰ মুৰ্চনা বাক পুনৰাই আমাৰ মাজত ঘূৰাই পাওঁ ,

তলত তেখেতৰ দেউতাকৰ বেংক একাউন্ট নাম্বাৰ টো দিলো তাত আপোনালোকে যদি বিচাৰে তেন্তে আপোনালোকৰ বহুমুলীয়া অৰ্থ আগবঢ়াব পাৰে ..

Details of bank account

Name - Pallav Pratim Gayan
Account no - 20134802797
IFSC - SBIN0004134

Details of another bank account

Account number: 80101034022
Account name: Moorchana Gayan
IFSC code: YESB0CMSNOC


https://www.facebook.com/GauhatiUniversityLoraSuwali/photos/a.387052378161974.1073741829.354127684787777/846968295503711/?type=3&theater

Related Posts

Murchana Gayen মুৰ্চনা গায়ন
4/ 5
Oleh

Subscribe via email

Like the post above? Please subscribe to the latest posts directly via email.